৩০ মে'ত প্ৰধানমন্ত্ৰী হিচাপে শপত ল'ব নৰেন্দ্ৰ মোডীয়ে

modi

নিউজ ডেস্ক:

অহা ৩০ মে'ত প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোডীয়ে।বিয়লি ৪ৰ পৰা ৫ টা বজাৰ ভিতৰত মোডীয়ে শপত লোৱাৰ কথা।শপত গ্ৰহণ কৰাৰ পূৰ্বে মোডীয়ে মাতৃ হীৰা বেনৰ আশীৰ্বাদ ল'বলৈ গুজৰাটৰ গান্ধীনগৰলৈ যাব।

Your Comments