পদত্যাগৰ প্ৰস্তুতি চলাইছে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে

rahul

নিউজ ডেস্ক:
কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পিছত হতাশ ৰাহুল গান্ধী।কংগ্ৰেছৰ নিৰাশাজনক প্ৰদৰ্শনৰ দায়িত্ব মূৰ পাতি ল'বলৈ বিচাৰিছে গান্ধীয়ে।২৫ মে'ত কংগ্ৰেছ কাৰ্যকৰী সমিতিৰ বৈঠকত পদত্যাগৰ প্ৰস্তাৱ উত্থাপন কৰিব কংগ্ৰেছ অধ্যক্ষগৰাকীয়ে।

Your Comments