৩০০ খন আসন জয়ৰ দিশত বিজেপি

bjp

নিউজ ডেস্ক:
২৪ মে'ৰ পুৱা ৮-৩০ বজালৈকে নিৰ্বাচন আয়োগে ঘোষণা কৰা ৫১২ খন আসনৰ ফলাফলত বিজেপিয়ে ২৯০ খন আৰু কংগ্ৰেছে ৫১ খন আসন লাভ কৰিছে।বিজেপিয়ে অকলেই ৩০০ খন আসন লাভ কৰাটো নিশ্চিত হৈছে।


আনহাতে,কংগ্ৰেছে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত লাভ কৰা ৪৪ খন আসনতকৈ এইবাৰ আসনৰ সংখ্যা বৃদ্ধি কৰিছে।

Your Comments