এভাৰেষ্টৰ আৰোহণ কৰাৰ পিছতেই  মৃত্যুবৰণ কৰিলে পৰ্বতাৰোহী অঞ্জলি কুলকাৰ্ণিয়ে

averest

নিউজ ডেস্ক:

এভাৰেষ্টৰ পৰা আহিছে দুখৰ খবৰ।এভাৰেষ্ট আৰোহণ কৰি নামি অহাৰ সময়ত এটা শিবিৰত কালি নিশা শেষ নিশ্বাস ত্যাগ কৰে মুম্বাইৰ মহিলা পৰ্বতাৰোহী অঞ্জলি এছ কুলকাৰ্ণিয়ে।উল্লেখ্য যে অঞ্জলিয়ে স্বামী সাৰদ কুলকাৰ্ণিৰ সৈতে এভাৰেষ্ট আৰোহণ কৰাৰ পিছত নিম্নগামী যাত্ৰা কৰি আছিল।

Your Comments