নিউজ ডেস্ক :
শেষ মুহুতলৈকে বিজেপিৰ কুইন ওজাৰ লগত যুজঁ দি অৱশেষত হাৰ মানিলে কংগ্ৰেছৰ গুৱাহাটীৰ সংসদীয় সমষ্টিৰ প্ৰাৰ্থী ববিতা শৰ্মাই।বিজেপি প্ৰাৰ্থী কুইন ওজা হাতত প্ৰায় দুই লাখতকৈ অধিক ভোটত পৰাস্ত হয় কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মা। বিজেপি প্ৰাৰ্থী গৰাকীয়ে সংসদীয় সমষ্টিতোত ৭ লাখতকৈ অধিক ভোট পোৱাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে লাভ কৰে পাঁচলাখৰ অধিক ভোট।
উল্লেখ যে কুইন ওজাৰ এই বিজয়ে তৃতীয়বাৰলৈ গুৱাহাটী সমষ্টিটোত বিজয় অক্ষত ৰাখিলে বিজেপি দলে।
- Log in to post comments
- 64 views