ভোট গণনাৰ আলমলৈ দুস্কৃতিকাৰীয়ে দেশত সংঘটিত কৰিব পাৰে কূটাঘাট: প্ৰতিখন ৰাজ্যলৈ সাতৰ্কবাণী গৃহ মন্ত্ৰণালয়ৰ

home

নিউজ ডেস্ক :

লোকসভাৰ নিৰ্বাচনৰ ভোটগণনাৰ আলম লৈ দুষ্কতিকাৰীয়ে দেশত আজি দিনটোত সংঘটিত কৰিব পাৰে ভয়াৱহ আক্ৰমণ। এই আশংকা প্ৰকাশ কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে দেশৰ প্ৰতিখন ৰাজ্যৰ মুখ্যসচিব আৰু আৰক্ষীৰ সঞ্চালক প্ৰধানক সতৰ্কবাণী প্ৰেৰণ কৰিছে। ভোটগণনা দিনটোত যাতে কোনো অপ্ৰীতিকৰ আইন-শৃংখলা পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।

উল্লেখ যে দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ ৭টা পৰ্য্যায়ত অনুষ্ঠিত হোৱা ভোটগ্ৰহণৰ আজি গণনা হ'ব ফলাফল।

Your Comments