মঙলবাৰে বিৰোধী দলসমূহ নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ গৈ ইভিএম আৰু ভিভিপেটৰ গণনা সন্দৰ্ভত একাধিক দাবী উত্থাপন কৰিছিল।বিৰোধী দলসমূহৰ উক্ত দাবী সন্দৰ্ভত দিল্লীত নিৰ্বাচন আয়োগৰ কাৰ্যালয়ত আয়োগৰ শীৰ্ষ বিষয়ববীয়াই আলোচনা কৰি থকাৰ সময়তে কাৰ্যালয়ৰ বাহিৰত বুধবাৰে একাংশ লোকে প্ৰতিবাদ সাব্যস্ত কৰে।তেওঁলোকে নিৰ্বাচন আয়োগ আৰু বিজেপিৰ অশুভ বুজা-পৰা থকাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
- Log in to post comments
- 12 views