আৰবী ভাষাত মেন বুকাৰ লাভ কৰা প্ৰথমগৰাকী সাহিত্যিক ওমানৰ জ'খা অলহাৰ্থী

booker

আৰবী ভাষাত মেন বুকাৰ বঁটা লাভ কৰা প্ৰথমগৰাকী সাহিত্যিক হিচাপে পৰিগণিত হৈছে ওমানৰ লেখিকা জ'খা অলহাৰ্থী।বিশ্বৰ আগশাৰীৰ এই সাহিত্য বঁটা অলহাৰ্থীয়ে লাভ কৰে তেওঁৰ গ্ৰন্থ 'কেলেষ্টিয়েল বডীছ'ৰ বাবে।

 

গ্ৰন্থখন তিনিগৰাকী ভগ্নী আৰু এখন মৰুময় দেশৰ কাহিনীৰ।কাহিনীৰ চৰিত্ৰসকলে দাসত্বৰ ইতিহাসৰ পৰা মুক্তি লাভ কৰি জটিল আধুনিক বিশ্বৰ সৈতে সামঞ্জস্য স্থাপনৰ প্ৰয়াস কৰে।গ্ৰন্থখন আৰবী ভাষাৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিছে মাৰ্লিন বুথে।

Your Comments