২৫ মে'ত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল

higher

অহা ২৫ মে'ত পুৱা ৯ বজাত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ঘোষণা কৰিব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল।উক্ত দিনটোত তিনিওটা শাখাৰে ফলাফল ঘোষণা কৰা হ'ব।

 

উল্লেখ্য যে এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত মুঠ ২,৪২,৮৪৩ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে।ইয়াৰে ১,৮৬,১৮৭ গৰাকী কলা শাখা,৩৭,৪৫৫ গৰাকী বিজ্ঞান শাখা আৰু ১৮,২৯১ গৰাকী বাণিজ্য শাখাৰ পৰীক্ষাৰ্থী আছে।এইবাৰ মুঠ ৭৭২ টা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হৈছিল।

Your Comments