গুৱাহাটীৰ গ্ৰেণেড বিস্ফোৰণৰ তীব্ৰ নিন্দা জুবিন গাৰ্গৰ

zg

গুৱাহাটীৰ গ্ৰেণেড বিস্ফোৰণ সন্দৰ্ভত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে মন্তব্য কৰিছে।জুবিনে কয়-'এই ঘটনা যি কৰিছে, মই তাক সদায় গালি পাৰিম।যিমান ডাঙৰ সংগঠন নহওঁক কিয়, মই তাৰ বিৰুদ্ধে মাত মাতিম। কাৰণ এইবিলাকৰ কাৰণে আজি আমি ৩০বছৰ পিছুৱাই গৈছোঁ।এইবিলাকৰ বিৰুদ্ধে আমি থিয় দিব লাগিব।'

Your Comments