নিৰ্বাচন আয়োগৰ কৰ্মপ্ৰণালীত প্ৰশ্ন উত্থাপন ৰাহুল গান্ধীৰ

rahul

নিউজ ডেস্ক:

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নিৰ্বাচন আয়োগৰ কৰ্মপ্ৰণালীৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।তেওঁ কয় যে  এইটো ১০০ শতাংশ নিশ্চিত যে নিৰ্বাচন আয়োগে হেঁচাত কাম কৰিছে।


তেওঁ অভিযোগ উত্থাপন কৰি কয় যে একেধৰণৰ বক্তব্যৰ বাবে প্ৰধানমন্ত্ৰী মোডীক ক্লিনশ্বিট দিয়া হৈছে,কিন্তু বিৰোধী দলৰ নেতাসকললৈ জাননী জাৰি কৰা হৈছে।লোকসভা নিৰ্বাচনৰ তাৰিখবোৰো বিজেপিৰ সহায় হোৱাকৈ প্ৰস্তুত কৰা হৈছে বুলি ৰাহুল গান্ধীয়ে মন্তব্য কৰে।

Your Comments