জেট এয়াৰৱেইজৰ পুনৰ জীৱন লাভৰ সম্ভাৱনা !

jet

নিউজ ডেস্ক :

বিত্তীয় সংকটৰ বাবে অস্থায়ীভাৱে বন্ধ হৈ পৰা জেট এয়াৰৱেইজৰ কৰ্মচাৰীসকলৰ বাবে অলপ হ'লেও এটা ভাল খবৰ আহিছে।সংযুক্ত আৰব এমিৰেটছৰ 'এটিহাদ এয়াৰৱেইজ'-এ জেট এয়াৰৱেইজক অধিগ্ৰহণ কৰিবলৈ আগবাঢ়িছে।


যদি এটিহাদ এই প্ৰক্ৰিয়াত সফল হয়,তেতিয়া জেট এয়াৰৱেইজে পুনৰ জীৱন লাভ কৰিব।

Your Comments