ভোটাধিকাৰ সাব্যস্ত কৰিলে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে

kobind

নিউজ ডেস্ক :

ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনত দেওবাৰে পুৱা ভোটাধিকাৰ সাব্যস্ত কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে।ৰাষ্ট্ৰপতি ভৱনত স্থাপন কৰা ভোটগ্ৰহণ কেন্দ্ৰত ভোট দিয়ে ৰাষ্ট্ৰপতি কোবিন্দে।

Your Comments