আজি ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনত  ৯৭৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয়

vote

নিউজ ডেস্ক :

ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনত দেওবাৰে ৭খন ৰাজ্যৰ ৫৯টা সমষ্টিত ভোটগ্ৰহণ চলিছে।আজি ১০.১৭ কোটিতকৈ অধিক ভোটাৰে ৯৭৯ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰিব।


আজি উত্তৰ প্ৰদেশত ১৪ টা,হাৰিয়ানাত ১০ টা,পশ্চিম বংগ,বিহাৰ আৰু মধ্য প্ৰদেশত ৮টাকৈ সমষ্টি,দিল্লীত ৭টা,ঝাৰখণ্ডত ৪টা সমষ্টিত ভোটাধিকাৰ সাব্যস্ত কৰিছে জনতাই।

Your Comments