নিউজ ডেস্ক:
ৰিয়েল ইষ্টেট কোম্পানী 'আম্ৰপালি'ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীয়ে।
২০০৯ চনৰ পৰা ২০১৬ চনলৈ আম্ৰপালিৰ ব্ৰেণ্ড এম্বেছেদৰ ধোনীয়ে কোম্পানীটোৰ পৰা প্ৰাপ্য ৪০ কোটি টকা পোৱাৰ ব্যৱস্থা কৰি দিবলৈ উচ্চতম ন্যায়ালয়ত আবেদন কৰিছে।
- Log in to post comments
- 37 views