উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে হোৱা ষড়যন্ত্ৰ বিষয়ত তদন্ত কৰিবলৈ সমিতি গঠন

sc

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে ষড়যন্ত্ৰ হোৱা বিষয়টোত সৰ্বোচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে সিদ্ধান্ত গ্ৰহণ কৰে।ন্যায়াধীশ এ কে পাটনায়কৰ এজনীয়া তদন্ত সমিতিয়ে বিষয়টোত তদন্ত কৰিব।শপতনামা আৰু প্ৰমাণৰ আধাৰত 
ন্যায়াধীশ পাটনায়কে তদন্ত কৰিব।ন্যায়াধীশ পাটনায়কক সহযোগিতা  আগবঢ়াবলৈ চিবিআই, আইবি আৰু দিল্লী আৰক্ষীক উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে।

 

কিন্তু উচ্চতম ন্যায়ালয়ে কৈছে যে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ সন্দৰ্ভত  ন্যায়াধীশ পাটনায়কৰ তদন্ত  সমিতিয়ে তদন্ত নকৰে।

 

Your Comments