বাৰাণসীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে কংগ্ৰেছে টিকট দিলে অজয় ৰায়ক।বাৰাণসীৰ স্থানীয় বাসিন্দা অজয় ৰায়ে পূৰ্বে বিজেপিৰ টিকটত তিনিবাৰ,নিৰ্দলীয়ভাৱে এবাৰ আৰু কংগ্ৰেছৰ টিকটত এবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে।
২০১২ চনত কংগ্ৰেছত যোগ দিয়া ৰায়ে ২০১৪ চনতো মোডীৰ বিৰুদ্ধে বাৰাণসী লোকসভা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিছিল আৰু পৰাস্ত হৈছিল।
- Log in to post comments
- 140 views
