১৬ জুলাইৰ পৰা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ

cricket

অহা ১৬ জুলাইৰ পৰা আৰম্ভ হ'ব আইচিচি বিশ্ব  টেষ্ট চেম্পিয়নশ্বিপ।বহু প্ৰতীক্ষিত এই চেম্পিয়নশ্বিপৰ লীগ খেলসমূহ ২০২১ বৰ্ষৰ ৩১ মাৰ্চলৈ চলিব।এই সময়ছোৱাত বিভিন্ন দেশত ভিন্ন দেশৰ মাজত ২৭ টা টেষ্ট শৃংখলা অনুষ্ঠিত হ'ব।

 

উক্ত বৰ্ষৰে ১০-১৪ জুনত ইংলেণ্ডত ফাইনেল আয়োজিত হ'ব।ভাৰতকে ধৰি টেষ্ট খেলা আগশাৰীৰ ৯ খন দেশে এই চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিব।

Your Comments