যোগী আদিত্যনাথ আৰু মায়াৱতীৰ নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা

aadity

নিউজ ডেস্ক :

নিৰ্বাচনী প্ৰচাৰত সাম্প্ৰদায়িক মন্তব্য কৰিছিল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু বিএছপি প্ৰমুখ মায়াৱতীয়ে।ইয়াৰ বাবে নিৰ্বাচন আয়োগে আদিত্যনাথ আৰু মায়াৱতীক যথাক্ৰমে ৩ দিন আৰু ২ দিনৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে।maya

এই সময়চোৱাত এই দুয়োজন নেতাই প্ৰচাৰ চলাব নোৱাৰাৰ উপৰিও ভাষণ আৰু নিৰ্বাচনী মন্তব্য দিব নোৱাৰিব।১৬ এপ্ৰিলৰ পুৱা ৬ বজাৰ পৰা এই নিষেধাজ্ঞা বলবৎ হ'ব।

Your Comments