বিজেপিত যোগদান কৰিয়েই অখিল গগৈৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হিৰণ্য পাঠৰীৰ

kmss

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উলংগ হোৱা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিত্তীয় সম্পাদক হিৰণ্য পাঠৰীয়ে বিজেপিত  যোগদান  কৰিয়েই গুৰুতৰ অভিযোগ উথাপন কৰিছে কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে । 

বিজেপিত যোগদান কৰি পাঠৰীয়ে কয় যে  আগন্তক লোকসভাৰ নিৰ্বাচনত বিজেপিক বিৰোধিতা কৰি কংগ্ৰেছৰ প্ৰাৰ্থীসকলক জয়ী কৰোৱাৰ বাবে অখিল গগৈয়ে ৩ কোটি টকা লাভ কৰিছে।


ইয়াৰ উপৰিও তেওঁ কয় যে কেৱল কংগ্ৰেছেই  নহয়, এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলক জয়ী কৰোৱাৰ বাবেও কৃষক নেতাগৰাকীয়ে ১ কোটি টকা লৈছে।

Your Comments