নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অৰ্ধনগ্ন হোৱা যাদৱ দাস 'গেৰুৱা' হ'ল

bjp

ক্ষমতাৰ  খকত জাতীয়তাবাদক বিক্ৰী কৰি   অৱশেষত গেৰুৱা বসন পিন্ধিলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দিল্লীৰ সংসদ ভৱনৰ সন্মুখত অৰ্ধনগ্ন হোৱা অনুসূচীত জাতি ছাত্ৰ সন্থাৰ নেতা যাদৱ দাসে।আজি গুৱাহাটীৰ বিজেপি মুখ্য কাৰ্যালয়ত বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত আনুষ্ঠানিকভাৱে গেৰুৱা দলত যোগদান কৰে জাতীয়তাবাদৰ ভণ্ড নেতাগৰাকীয়ে।

Your Comments