মাওবাদীৰ আক্ৰমণত ছহিদ হ'ল অসমৰ বিএছএফ জোৱান বিপুল বৰা

bsf

মাওবাদী বিস্ফোৰণত  প্ৰাণ হেৰুৱালে অসমৰ বীৰ জোৱানে।চত্তিশগড়ৰ কংকৰত মাওবাদীৰ আক্ৰমণত ছহিদ হ'ল শিৱসাগৰ দিখৌমুখৰ বিএছএফৰ ১১৪ বেটেলিয়নৰ বীৰ জোৱান বিপুল বৰা।উল্লেখ্য যে ২০ বছৰৰ পূৰ্বে বৰাই যোগদান কৰিছিল বিএছএফত।

Your Comments