অধিবক্তা উপমন্যু হাজৰিকাই দাখিল কৰিলে মনোনয়নপত্ৰ

hazarika

গুৱাহাটী সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উচ্চতম ন্যায়ালয়ৰ অধিবক্তা  উপমন্যু হাজৰিকাই আজি কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ত মনোনয়নপত্ৰ দাখিল কৰে। লগতে আজি উচ্চ ন্যায়ালয়ৰ অধিবক্তা জোনমণি দেৱী খাউণ্ড আৰু হিন্দুস্থান নিৰ্মাণ দলৰ প্ৰাৰ্থী ৰাজীৱ কাকতিয়ে গুৱাহাটী সমষ্টিৰ বাবে  দাখিল কৰিব মনোনয়নপত্ৰ।

Your Comments