আইপিএলত সবাতোকৈ দ্ৰুত ৫,০০০ ৰাণ বিৰাট কোহলিৰ

kohli

আইপিএলত সবাতোকৈ কম ইনিংছত ৫,০০০ ৰাণ পূৰ্ণ কৰা বেটছমেনত পৰিণত হ'ল বিৰাট কোহলি।বৃহস্পতিবাৰে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৪৬ ৰাণ কৰাৰ লগে লগে এই অভিলেখৰ অধিকাৰী হ'ল কোহলি।ৰয়েল চেলেণ্জাৰ্ছ বেংগালুৰুৰ হৈ খেলা কোহলিয়ে ১৫৭ টা ইনিংছত ৪ টা শতক আৰু ৩৪ টা অৰ্ধশতকেৰে এই অভিলেখ গঢ়িছে।

Your Comments