সাংবাদিক চক্ৰপাণি পৰাশৰৰ আক্ৰমণকাৰীক কঠোৰ শাস্তি প্ৰদানৰ দাবী প্ৰদেশ কংগ্ৰেছৰ

cong

'নিউজ১৮অসম'ৰ সাংবাদিক চক্ৰপাণি পৰাশৰক গুৱাহাটী মহানগৰীৰ মাজমজিয়াত দুৰ্বৃত্তই আক্রমণ কৰি গুৰুতৰভাৱে আহত কৰা ঘটনাক অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে তীব্র গৰিহণা দিছে।দোষীক কঠোৰ শাস্তি প্রদান কৰিবলৈ প্ৰদেশ কংগ্ৰেছে চৰকাৰক দাবী জনাইছে বুলি উল্লেখ কৰিছে  প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখপাত্র ঋতুপর্ণ কোঁৱৰে।

Your Comments