উদাৰবন্দত দুৰ্বৃত্তৰ গুলীত গাঁও পঞ্চায়তৰ সভাপতিৰ মৃত্যু 

udar

মঙলবাৰে আবেলি উদাৰবন্দত দুস্কৃতিকাৰীৰ গুলীত মৃত্যু হয় হাতীচড়া গাঁও পঞ্চায়তৰ সভাপতি সুখেন্দু দাসৰ। এখন সভাৰ পৰা  বাসগৃহলৈ ওভতি আহিছিল তেওঁ। ঘটনা সন্দৰ্ভত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

বৰাকৰ পৰা আব্দুল আলিম চৌধুৰী

Your Comments