আইচিচিৰ এদিনীয়াৰ ৰেংকিঙত শীৰ্ষ স্থানত বিৰাট কোহলী

a

আইচিচিৰ এদিনীয়াৰ শেহতীয়া ৰেংকিঙত বেটছমেনৰ শীৰ্ষ স্থান অক্ষুন্ন ৰাখিছে ভাৰতীয় অধিনায়ক বিৰাট কোহলীয়ে।অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সদ্যসমাপ্ত এদিনীয়া শৃংখলাত ৩১০ ৰাণ কৰা কোহলী শীৰ্ষ স্থানত থকাৰ বিপৰীতে ৰোহিত শৰ্মা আছে দ্বিতীয় স্থানত।ভাৰতীয় এদিনীয়া দলৰ উপ- অধিনায়ক ৰোহিত শৰ্মাই সদ্যসমাপ্ত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলাত ২০২ ৰাণ কৰিছিল।

Your Comments