আছাম ৰাইফলছৰ শ্বিলং কেন্দ্ৰত ক্ৰীড়াবিদৰ বাবে ১১৬টা পদ খালি

sports

আছাম ৰাইফলছৰ শ্বিলং কেন্দ্ৰই ১১৬ টা পদত প্ৰতিভাশালী ক্ৰীড়াবিদক  নিযুক্তি দিবলৈ আগ্ৰহী প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।পুৰুষৰ বাবে ৬৪ টা আৰু মহিলাৰ বাবে ৫২ টা পদ। বয়স ১৮ বছৰৰ পৰা ২৮ বছৰলৈ। অনলাইন আবেদনৰ অন্তিম তাৰিখ ১৭ মার্চ,২০১৯। আগ্ৰহী প্ৰাৰ্থীয়ে  www.assamrifles.gov.inত সবিশেষ জানিব পাৰিব

Your Comments