বিৰল দৃশ্য! গৃহমন্ত্ৰীয়ে কান্ধত ল'লে ছহিদ জোৱানৰ মৃতদেহ

বিৰল দৃশ্য! গৃহমন্ত্ৰীয়ে কান্ধত ল'লে ছহিদ জোৱানৰ মৃতদেহ

এক বিৰল বিৰল দৃশ্য! জম্মু-কাশ্মীৰত পাক সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত এজন চিআৰপিএফ জোৱানৰ মৃতদেহ এনেদৰেই কান্ধত তুলি লৈ গ'ল স্বয়ং কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে৷

বিৰল দৃশ্য! গৃহমন্ত্ৰীয়ে কান্ধত ল'লে ছহিদ জোৱানৰ মৃতদেহ

উল্লেখ্য যে বৃহস্পতিবাৰে সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত পুলৱামাত নিহত হৈছিল ৪৪জনকৈ চিআৰপিএফ জোৱান৷ আজি পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে ঘটনাস্থলীত উপস্থিত হৈছেগৈ ৰাজনাথ সিং৷
 

Your Comments