ডুমডুমাত অঘটন : মধ্যাহ্ন ভোজন গ্ৰহণ কৰি অসুস্থ ২১টি শিশু

ডুমডুমাত অঘটন : মধ্যাহ্ন ভোজন গ্ৰহণ কৰি অসুস্থ ২১টি শিশু

আজি ডুমডুমাৰ কেছগুৰি প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজন গ্ৰহণ কৰি অসুস্থ হৈ পৰে ২১টি শিশু৷ শিশুকেইটিক তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷

Your Comments

Related Articles