নয়ডাৰ মেট্ৰ' হাস্পতালত ভয়াৱহ অগ্নিকাণ্ড

নয়ডাৰ মেট্ৰ' হাস্পতালত ভয়াৱহ অগ্নিকাণ্ড

উত্তৰ প্ৰদেশৰ নয়ডাৰ মেট্ৰ' হাস্পতালত আজি দুপৰীয়া ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। জুই লগাৰ সময়ত হাস্পতালখনত বহুকেইজন ৰোগী আবদ্ধ হৈ পৰে। ৰোগীসকলক খিৰিকীৰ আইনা ভাঙি কেইবা মহলাৰ পৰা তললৈ নমাই আনিবলগীয়া হয় উদ্ধাৰকাৰীয়ে। 'আইচিইউ'ত থকা ৰোগীকো এনেদৰে উদ্ধাৰ কৰা হয়। বৰ্তমান অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নুমুওৱাৰ প্ৰয়াস অব্যাহত ৰাখিছে।

Your Comments