অসম-অৰুণাচল সীমান্তৰ জগুণৰ ফানেঙৰ ঘন অঞ্চলত অসম আৰক্ষী আৰু আলফা (স্বাধীন)ৰ মাজত প্ৰচণ্ড গুলিয়াগুলি সংঘটিত হয়। প্ৰায় ১৫ জনীয় দল এটা আহে বলি অসম আৰক্ষীয়ে জনাইছে । আনহাতে এই ঘটনাত কোনো লোক হতাহতি হোৱা নাই বুলি অসম আৰক্ষী জনাইছে৷
- Log in to post comments
- 202 views