দৰিদ্ৰ উচ্চ বৰ্ণ সংৰক্ষণ বিধেয়ক ৰাজ্যসভাত উত্থাপনৰ পিছত বিভিন্ন দলৰ সাংসদে বক্তব্য আগবঢ়ায়৷
বিজেপিৰ সাংসদ প্ৰভাত ঝাই বক্তব্য আগবঢ়োৱাৰ পিছতেই কংগ্ৰেছ আৰু আন দলৰ সাংসদে হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰে৷
পৰিবেশ উত্তপ্ত হৈ পৰা প্ৰত্যক্ষ কৰি ৰাজ্যসভাৰ উপাধ্যক্ষই দুপৰীয়া ২ বজালৈকে সদনৰ কাম-কাজ স্থগিত ৰাখে৷
- Log in to post comments
- 57 views