গুৱাহাটী প্ৰেছ ক্লাবত গল্প সংকলন উন্মোচন 

q

আজি গুৱাহাটী প্ৰেছ ক্লাবত ডঃ সোণালী বুঢ়াগোহাঁইৰ গল্প সংকলন "ৰূপকাঠীৰ যাদুকৰী স্পর্শ" উন্মোচন কৰা হয় । গল্প সংকলনখন উন্মোচন কৰে আধ্যাপিক আৰাধনা পটংগীয়া গোস্বামীয়ে। উল্লেখ যে, গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানত উপস্থিত আছিল হৰেন দাস, লেখক দিলীপ পাটগিৰি, সাংবাদিক ৰবীন ভূঞা, ডঃ অৰুপ দাস প্ৰমুখ্যে বহু গণ্যমান্য ব্যক্তি।

Your Comments