নামৰূপৰ পৰা সমীৰণ বৰুৱা
আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত নামৰূপ জিলা পৰিষদৰ শান্তিপুৰ পঞ্চায়তৰ পাঁচ নং ৱাৰ্ডত বিসংগতি । অৰ্ধশতাধিক লোকে নাপালে নিজৰ ভোটাৰ ধিকাৰ সাব্যস্ত কৰিবলৈ ।নিজৰ ভোটাৰ প্ৰমাণ পত্ৰ থকা পাছতো এই সকল ভোটাৰ ৰাইজ বঞ্চিত হ’ব লগা হোৱা ঘটনাই স্হানীয় ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ চৰকাৰৰ হেমাহিৰ বাবেই বঞ্চিত হ’ল এইসকল ভোটাৰ ৰাইজ।
- Log in to post comments
- 49 views