সোণাৰিৰ পৰা ঘন বৰা
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ সোণাৰিৰ ৰজাপুখুৰীস্হিত অসামৰিক চিকিৎসালয়ত নাৰ্ছৰ বিদ্ৰোহ ।
অনিৰ্দিষ্টকালীন কৰ্মবিৰতিত অৱস্থান । ইফালে নাৰ্ছসকলে কৰ্মবিৰতি কৰাত অচল চিকিৎসালয়ৰ কাম-কাজ ।
ৰাজ্যৰ ১২ হাজাৰ ষ্টাফ নাৰ্ছৰ বিভিন্ন দাবী চৰকাৰে পূৰণ নকৰাৰ প্ৰতিবাদত সদৌ অসম নাৰ্ছ সন্থাই ৰূপায়ণ কৰিছে এই কাৰ্যসূচী ।
- Log in to post comments
- 4 views