প্ৰদেশ কংগ্রেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্রী চন্দন সৰকাৰৰ আকস্মিক মৃত্যুত অসম প্ৰদেশ কংগ্ৰেছে শোক প্ৰকাশ কৰিছে ৷
তেখেতৰ মৃত্যুত প্ৰদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবর্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ।
লগতে সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত প্ৰদেশ কংগ্রেছৰ এটা সঁজাতী দল পুৱা ১০ বজাত প্ৰয়াত সৰকাৰৰ বঙাইগাঁওস্হিত বাসগৃহলৈ ৰাওনা হ'ব বুলি এক প্ৰেছ বিবৃত্তিযোগে প্ৰকাশ কৰিছে ৷
তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানতো প্ৰদেশ কংগ্রেছৰ নেতৃবৃন্দ উপস্থিত থাকিব বুলি বিবৃত্তিটোত প্ৰকাশ ।
- Log in to post comments
- 9 views