বিশ্ব মহিলা বক্সিং প্ৰতিযোগিতালৈ উত্তৰ-পূৰ্বাঞ্চলৰ ৪গৰাকী বক্সাৰ

a

৭৩খন দেশে অংশগ্ৰহণ কৰিব বিশ্ব মহিলা বক্সিং প্ৰতিযোগিতাত ৷ মূল আকৰ্ষণ হ’ব ৫বাৰকৈ বিশ্ব চেম্পিয়ন হোৱা ভাৰতৰ এম চি মেৰী কম৷ ভাৰতীয় দলৰ ১০গৰাকী বক্সাৰৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ ৪গৰাকী বক্সাৰ আছে৷

s

মেৰী কমৰ লগতে মণিপুৰৰ সৰিতা দেৱী আৰু অসমৰ লাভলিনা বৰগোহাঁই আৰু ভাগ্যৱতী কছাৰী ৷ নতুন দিল্লীত অনুষ্ঠিত হ’বলগা বিশ্ব প্ৰতিযোগিতাত মেৰী কমৰ লক্ষ্য স্বৰ্ণ পদক জয় ৷

s

উদ্বোধনী অনুষ্ঠানত শ্বিলং চেম্পাৰ চইৰ গ্ৰুপে অনুষ্ঠান পৰিবেশন কৰে ৷ অসমৰ লাভিলনা বৰগোহাঁয়ে ৬৯ কেজি শাখাত আৰু ভাগ্যৱতী কছাৰীয়ে ৮১ কেজি শাখাত অংশগ্ৰহণ কৰিব ৷

Your Comments