নিয়োগ সংবাদ

d

* অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ত ৪৯টা খালী পদ পূৰণৰ বাবে আবেদন বিচৰা হৈছে ৷ 
* স্বাস্থ্য সেৱা সঞ্চালকালয়ত খালী হোৱা ১৮৯টা তৃতীয় বৰ্গৰ পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে ৷
* অসম চৰকাৰৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ত চতুৰ্থ বৰ্গৰ ৬৫টা পদৰ বাবে আবেদন বিচৰা হৈছে৷
* ভাৰত চৰকাৰৰ অধীনস্থ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান ইলেক্ট্ৰ’নিকছ কৰ্পৰেচন অৱ ইণ্ডিয়া লিমিটেডৰ বাবে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ পৰা ৪০০টা পদ পূৰণ কৰা হ’ব৷ 
* ভাৰতীয় ষ্টেট বেংকত খালী হোৱা স্পেচিয়েলিষ্ট কেডাৰ অফিচাৰৰ ৪৭টা পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে ৷
* ভাৰতীয় ৰিজাৰ্ভ বেংকত খালী হোৱা ১৪টা গৱেষণা পৰ্যায়ৰ গ্ৰেড ‘বি’ পদৰ বাবে আবেদন বিচৰা হৈছে ৷
* ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা, অসমৰ ১০টা পদত ঠিকাভিত্তিক প্ৰাৰ্থী নিয়োগ কৰা হ’ব৷
* নগাঁৱত ৭২টা, মৰিগাঁৱত ৩৫টা, কামৰূপত ১০০টা গৃহৰক্ষী স্বেচ্ছাসেৱকৰ বাবে নগাঁও অধিনায়কৰ ফালৰ পৰা আবেদন বিচৰা হৈছে ৷
* দিল্লী পাব্লিক স্কুল, খানাপাৰাত শিক্ষক আৰু অন্য পদৰ ভালে সংখ্যক খালী পদ আছে ৷

Your Comments