ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় ৰাষ্ট্ৰীয় ক্ৰিকেট দলে এছিয়া কাপৰ খিতাপ দখলৰ পিছত এইবাৰ অনূৰ্ধ্ব ১৯ এছিয়া কাপতো ভাৰতে চূড়ান্ত বিজয়ীৰ সন্মান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে ৷
আজি অনুষ্ঠিত ফাইনেলত ভাৰতীয় দলটোৱে শ্ৰীলংকাক ১৪৪ ৰাণৰ ব্যৱধানত পৰাস্ত কৰে ৷
উল্লেখ্য যে অনূৰ্ধ্ব ১৯ এছিয়া কাপৰ ছয়বাৰৰ ভিতৰত ভাৰতে পাঁচবাৰ চেম্পিয়নৰ খিতাপ দখল কৰি এছিয়া মহাদেশত আধিপত্য বিস্তাৰ কৰি আছে ৷
অৱশ্যে ২০১৭ চনত এই খিতাপ দখল কৰিছিল আফগানিস্তানে ৷
- Log in to post comments
- 15 views