লোকসেৱা ভৱনত প্রথমখন ৰাজ্যিক কেবিনেট বৈঠক

নিউজ ডেস্ক:
বুধবাৰে লোকসেৱা ভৱনত প্রথমখন ৰাজ্যিক কেবিনেট বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত সংবাদমেলযোগে মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ কেইবাটাও ঘোষণা কৰে। তলত ঘোষণা সমূহৰ সৱিশেষ উল্লেখ কৰা হ'ল-

শিক্ষা বিভাগৰ দুটাকৈ বঁটাৰ দিন ঘোষণা৷
২৯ নৱেম্বৰত প্রদান কৰা হ’ব আনন্দৰাম বৰুৱা বঁটা৷
২৭,১৮৩গৰাকীক প্রদান কৰা হ’ব আনন্দৰাম বৰুৱা বঁটা৷
DBT প্রক্রিয়াৰে প্রদান কৰা হ’ব ১৫ হাজাৰ টকাকৈ৷
৩০ নৱেম্বৰ আৰু ১ ডিচেম্বৰত প্রদান কৰা হ’ব বাণীকান্ত কাকতি বঁটা৷
ছাত্রকো প্রদান কৰা হ’ব বাণীকান্ত কাকতি (স্কুটী) বঁটা৷
৩৫,৭৭৬ গৰাকী ছাত্র-ছাত্রীক দিয়া হ’ব স্কুটী৷
৩-৪ নৱেম্বৰত অসমলৈ আহিব ভূটানৰ ৰজা৷
ভূটানৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সংৰক্ষণ কৰা হ’ব ৫খন মেডিকেল আসন৷

Your Comments

Related Articles