বন্ধ কৰি দিয়া হ’ল ১৪ খনকৈ চৰকাৰী বিদ্যালয়

 

 

নিউজ ডেস্ক:
তলা ওলমিল নলবাৰীৰ কেইবাখনো চৰকাৰী বিদ্যালয়ত।বন্ধ কৰি দিয়া হ’ল ১৪খনকৈ চৰকাৰী বিদ্যালয় ৷৭জুলাইত নিৰ্দেশনা জাৰি কৰিছিল শিক্ষা বিভাগে।
 বন্ধ হোৱা বিদ্যালয় সমূহ হ’ল বৰনৰ্দ্দী আদৰ্শ প্ৰাথমিক বিদ্যালয়, বিহামপুৰ  এল পি  স্কুল, চকীৰহাট হামলাকুৰা এল পি স্কুল, অকনা এল পি স্কুল, নলবাৰী বৰভাগ এল পি স্কুল, জুগুৰকুছি-শ্ৰীপুৰ এল পি  স্কুল, ভিঠা এল পি  স্কুল, উলাবড়ী বালিকা এল পি  স্কুল, কমাৰকুছি এল পি  স্কুল, হাৰিভাঙা গোপালথান এল পি  স্কুল, চাননৈপাৰা এল পি স্কুল, মধ্য হাৰিভাঙা এল পি  স্কুল, কৃষ্ণগুৰু বিদ্যাজ্যোতি এল পি স্কুল আৰু ন-মাটি এল পি  স্কুল।

Your Comments

Related Articles