
নিউজ ডেস্ক:
আজিৰে পৰা সাময়িকভাৱে বন্ধ থাকিব গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰীসেৱা ৷
সন্ধিয়া ৬.৩০ বজাৰ পিছত বন্ধ থাকিব দক্ষিণ পাৰৰ ফেৰীসেৱা৷
ব্ৰহ্মপুত্রৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ লগতে পানীৰ তীব্র সোঁতৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে বুলি সদৰী কৰে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ৷
- Log in to post comments
- 5 views