গোৱালপাৰা বিজেপি কৰ্মীৰ হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ হাছানুৰ ইছলামক

নিউজ ডেস্ক:

দেওবাৰে নিশা গোৱালপাৰাৰ বিজেপি নেত্রী জোনালী নাথৰ মৃতদেহ ৰাজপথত উদ্ধাৰৰ পিছতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল । সকলোৱে দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী উত্থাপিত কৰিছিল ।এই ঘটনাৰ পিছতেই সোমবাৰৰ দিনটোত আৰক্ষীয়ে অভিযুক্ত হাছানুৰ ইছলাম নামৰ  এজন যুৱকক গ্রেপ্তাৰ কৰিছে । লগতে হাছানুৰৰ এখন বাহনো জব্দ কৰা হৈছে ।  ইতিমধ্যে আদালতত হাজিৰ কৰোৱা হ’ল হাছানুৰ ইছলামক ৷

Your Comments

Related Articles