
নিউজ ডেস্ক:
বিহাৰৰ শলপুৰত ৰহস্যজনকভাৱে চলন্ত ৰে’লৰ পৰা পৰি মৃত্যু হয় তেজপুৰৰ এজন যুৱকৰ ৷যুৱকজন বিহগুৰি মেকনৰ চুবুৰীৰ প্ৰাণজিৎ নাথ বুলি চিনাক্ত হৈছে ৷
পঞ্জাব অভিমুখে কৰ্তব্যস্থলীলৈ গৈ থকা অৱস্থাতে সংঘটিত হয় এই ঘটনাটো ৷
জানিব পৰা মতে এটা কাপোৰৰ ফেক্টৰীত কাম কৰিছিল প্ৰাণজিতে৷
- Log in to post comments
- 4 views