গৰম পানী খাওক,নিৰোগী হওক !

warm-watter

জাপানৰ চিকিৎসক গৱেষকৰ এটা দলে প্ৰমাণ কৰিছে যে গৰম পানী মূৰৰ বিষ, মাইগ্ৰেন, উচ্চ /নিম্ন ৰক্তচাপ, অনিমীয়া হৃদস্পন্দন, কলেষ্ট্ৰল বৃদ্ধি , কফ, অসহজতা, গাঁঠিৰ বিষ, হাপানী , শিৰা ৰোদ্ধ, মূত্ৰ ৰোগ, উদৰৰোগ, স্মৰণ বিকাৰ, চকু, কান, নাক, ডিঙি সম্বন্ধীয় ৰোগত ১০০% ফলপ্ৰসু আৰু আৰোগ্যকাৰী।

warm-water

গৰম পানী কেনেকৈ খাব :

পুৱা সোনকালে টোপনিৰ পৰা উঠি খালি পেটত ৪ গিলাচ গৰমপানী খাব আৰু ৪৫ মিনিট সময়লৈকে একো নাখাব। আৰম্ভণিতে চাৰি গিলাচ নোৱাৰিলে অলপ অলপকৈ বঢ়াব। 
গৰম পানীৰে বিভিন্ন ৰোগৰ পৰা আৰোগ্য পোৱাৰ সময় সীমা ।
১- ডাইবেটিজ-৩০ দিন।
২- ব্লাড প্ৰেচাৰ-৩০ দিন ।
৩- পেটৰ ৰোগ- ১০ দিন।
৪- কেন্চাৰ -৯ মাহ।
৫- শিৰাৰোদ্ধতা- ৬ মাহ।
৬- আভোক- ১০ দিন।
৭- ইউটেৰাচ ৰোগ-১০ দিন।
৮- নাক/কান/ডিঙি -১০ দিন।
৯- মাহেকীয়া সমস্যা - ১৫ দিন।
১০- হৃদয় ৰোগ-৩০ দিন।
১১- মূৰৰ বিষ/মাইগ্ৰেণ- ৩ দিন।
১২-কলেষ্টৰেল- ৪ মাহ।
১৩- পেৰালাইচিচ- ৯ মাহ।
১৪- হাপানী-৪ মাহ।

warm-water

ঠাণ্ডা পানী আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক । ঠাণ্ডা পানীয়ে এতিয়া ক্ষতি নকৰিলেও বুঢ়া বয়সত নিশ্চিত ক্ষতি কৰিব।
ঠাণ্ডা পানীয়ে হৃদয়ৰ ৪টা মুখ্য শিৰা বা নলী ব্লক কৰি পেলায়।যিটো হৃদয় ৰোগ আৰু হাৰ্ট এটেকৰ কাৰণ হৈ পৰে। কল্ডড্ৰিংক্স হাৰ্ট এটেকৰ এটা মুখ্য কাৰণ।
ঠাণ্ডা পানীয়ে লিভাৰ নষ্ট কৰে আৰু লিভাৰত চৰ্বী বা ফেট জমা কৰে। লিভাৰ ট্ৰেন্সপ্লান্টৰ বাবে ৰৈ থকা ৰোগীয়েহে জানে ঠাণ্ডা পানী খোৱাৰ পৰিণতি ।
ঠাণ্ডা পানীয়ে পেটৰ আভ্যন্তৰীণ অংগ আৰু বৃহৎ অন্ত্ৰৰ ক্ষতি কৰি কেন্সাৰ ৰোগ সৃষ্টি কৰে। প্লাষ্টিকৰ পাত্ৰত গৰম চাহ/পানী বা গৰম আহাৰ বৰ্জন কৰিব । ইও কেন্সাৰ সৃষ্টি কৰে।

Your Comments