নদীবান্ধৰ বিৰুদ্ধে কৃষক মুক্তিৰ প্ৰতিবাদ, বৃহৎ নদীবান্ধ ভাঙি দিব লাগে

A

নিউজ ডেস্ক:

গুৱাহাটী মহানগৰীত বৃহৎ  নদী বান্ধৰ বিৰুদ্ধে
কৃষক মুক্তি সংগ্রাম সমিতিৰ প্ৰতিবাদ ৷ মহানগৰীৰ গুৱাহাটী ক্লাবত সাব্যস্ত কৰে এই প্ৰতিবাদ।

বৃহৎ নদীবান্ধ বন্ধ কৰক, বিজেপি চৰকাৰ হায় হায়, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, অসম চৰকাৰ হায় হায় আদি বিভিন্ন শ্লোগান প্ৰদান কৰে।

জলবোমা সদৃশ নামনি সোৱণশিৰী বৃহৎ নদীবান্ধ ভাঙি পেলোৱাৰ দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ।

আনহাতে কৃষক মুক্তিৰ প্ৰতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে।

Your Comments