The seventh string ৰ পোষ্টাৰ মুকলি, ১১নৱেম্বৰত ছবিগৃহলৈ আহিব অসমীয়া ছবিখন

A

নিউজ ডেস্ক:

অসমীয়া চলচ্চিত্ৰ জগতলৈ সুখবৰ।অসমীয়া ছবি 'The seventh string'ৰ পোষ্টাৰ মুকলি।গুৱাহাটী প্ৰেছ ক্লাবত মুকলি কৰা হয় ছবিখনৰ পোষ্টাৰ।উল্লেখ্য যে ছবিখনৰ কাহিনী বৰ্ষা বাহাৰৰ।ছবিখন পৰিচালনা কৰিছে বাহাৰুল ইছলামে।১১নৱেম্বৰত ছবিগৃহলৈ আহিব অসমীয়া ছবিখন।এগৰাকী কিশোৰীৰ জীৱনৰ ঘটনাক সামৰি নিৰ্মাণ হৈছে ছবিখন।

Your Comments