ছয় জনগোষ্ঠীৰ ঐক্য মঞ্চত ভাঙোন! মুখ্যমন্ত্ৰীৰে অনুষ্ঠিত বৈঠকলৈ নগল একাংশ সংগঠন

A

নিউজ ডেস্ক:
ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী সফল কৰাৰ বাবে গঠিত ঐক্য মঞ্চত ভাঙোন।এদিন আন্দোলন কৰাৰ পিছতেই ফাঁট মেলিছে ছয় জনগোষ্ঠীৰ ঐক্য মঞ্চত। কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে জনতা ভৱনত অনুষ্ঠিত বৈঠকত উপস্থিত নাথাকিল ঐক্য মঞ্চৰ একাংশ সংগঠন।

তাৎপৰ্যপূৰ্ণ কথা এই যে, ২৬ছেপ্টেম্বৰত জনজাতিকৰণৰ দাবীত আহ্বান জনোৱা অসম বন্ধও উঠাই ললে ঐক্য মঞ্চই।গুৰুত্বপূৰ্ণ কথা এই যে, বৃহস্পতিবাৰে বিধানসভা ঘেৰাও কাৰ্যসূচীৰ ৰূপায়ণ কৰিছিল ঐক্য মঞ্চই।

Your Comments