নিউজ ডেস্ক:
লংকাৰ কাকী লালমাটিত দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ ৷কাকী লালমাটি বজাৰত স্থানীয় যুৱকে প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰে লাজুকী বান্দৰটো।
ইতিমধ্যে বান্দৰটো নখুটী বন বিভাগক চমজাই দিয়ে যুৱককেইজনে।দুষ্প্ৰাপ্য লাজুকী বান্দৰটো চমজি লৈ নখুটী বনকৰ্মীসকলে লামডিং বনাঞ্চলত মুকলি কৰি দিব বুলি জানিবলৈ দিয়ে৷
- Log in to post comments
- 6 views